Assamassam policeCrimeleatest update

নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং কাণ্ড

দশম শ্ৰেণীৰ ৫ ছাত্ৰক অমানুষিক অত্যাচাৰ জ্যেষ্ঠৰ

নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং কাণ্ড
কনিষ্ঠ ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ
দশম শ্ৰেণীৰ ৫ ছাত্ৰক অমানুষিক অত্যাচাৰ জ্যেষ্ঠৰ
ঘটনাৰে জড়িত ৮ ছাত্ৰক নিলম্বন বিদ্যালয় কৰ্তৃপক্ষৰ
৯ ছেপ্টেম্বৰৰ নিশা ছাত্ৰাৱাসত সংঘটিত হৈছিল ৰেগিং কাণ্ড
৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী
শিক্ষক দিৱসৰ কাৰ্যসূচীত সহযোগ নকৰাৰ বাবেই প্ৰহাৰ
ঘটনাক কৰ্তৃপক্ষই গাপ দিয়াৰ অভিযোগ অভিভাৱকৰ
অধ্যক্ষ অজিত ঠাকুৰক বদলিৰ দাবী অভিভাৱকৰ
ঘটনা সন্দৰ্ভত জিলা আয়ুক্তক আৱেদন অভিভাৱকৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.