অসমদৈনিক বাতৰিভাৰত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা! শীঘ্ৰে গ্ৰাহকসকলে ঘূৰাই পাব ছাহাৰাত জমা থোৱা ধন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা! শীঘ্ৰে গ্ৰাহকসকলে ঘূৰাই পাব ছাহাৰাত জমা থোৱা ধন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা

ছাহাৰাত ধন থোৱাসকলৰ বাবে ভাল খবৰ

শীঘ্ৰে গ্ৰাহকসকলে ঘূৰাই পাব ছাহাৰাত জমা থোৱা ধন

শীঘ্ৰে কেন্দ্ৰই ছাহাৰা গ্ৰুপত থকা ধন ঘূৰাই দিব গ্ৰাহকক

দিনৰ ১১ বজাত মুকলি কৰা হ’ব ছাহাৰা ৰিফাণ্ড প’ৰ্টেল

এই প’ৰ্টেলৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব প্ৰাপ্য ধন

অটল উৰ্জা ভৱনৰ পৰা প’ৰ্টেল মুকলি কৰিলে অমিত শ্বাহে

দেশৰ কোটি কোটি লোকৰ ধন জমা হৈ আছে ছাহাৰা গ্ৰুপত

ঘৰত বহিয়েই জনতাই ঘূৰাই পাব ছাহাৰাৰ ধন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.