Socialঅৰ্থনৈতিকঅসম

একেকোবে নহয়, ধীৰ গতিত চৰকাৰে সোধাইছে মূল্যবৃদ্ধিৰ ৰামটাঙোন…

২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সোঁত

ধীৰে ধীৰে সাধাৰণ জনতাৰ মুৰত ৰাম টাঙোন সোধাইছে চৰকাৰে। কিয়নো একেলেথাৰিয়ে ১৫ দিনত ১৩ বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্যই।

একেবাৰে একেকোবে মাৰা নাই যদিও ধীৰ গতিত চৰকাৰে মাৰিছে মূল্যবৃদ্ধিৰ ৰামটাঙোন।

দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কেইটামান দিনৰ পাছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য। ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সোঁত। বিগত ১৫ টা দিনত পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে ৯.২০ টকালৈ।

আজি ৫ এপ্ৰিল তাৰিখেও পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৮০ পইচাকৈ। গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ১০৪.৭৭ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.