অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

কেইবাটাও দাবীৰে প্ৰতিবাদ সংগঠনটোৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে যোগান মন্ত্ৰীৰ পুত্তলিকা দাস

মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক নিযুক্তিৰো দাবী

প্ৰতিবাদী কাৰ্যসূচীত মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ছফিকুল ৰহমান, কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিৎ বৰুৱা, মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক পৱন চাংমাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি চিৰঞ্জিত শইকীয়া, কাৰ্যকৰী সভাপতি নৱ কুমাৰ নেৱাৰ আৰু সম্পাদক উদ্দিপ্ত গগৈ উপস্থিত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.