অসমআঞ্চলিকদৈনিক বাতৰি

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তিতাবৰ আমগুৰিখাটৰ ৰাইজৰ

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তিতাবৰ আমগুৰিখাটৰ ৰাইজৰ

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তিতাবৰ আমগুৰিখাটৰ ৰাইজৰ। জলজীৱন মিছন আঁচনিৰ পানীৰ পাইপ সংযোগৰ নামত ব্যাপক অনিয়মৰ বাবেই দুৰ্ভোগ ভূগিছে আমগুৰিবাসী। যোৰহাটৰ NEECON নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে ব্যাপক অনিয়ম আৰু বিসংগতিৰে কাম চলাই থকাৰ বাবে এটুপি খোৱা পানীৰ পৰা বঞ্চিতৰ অভিযোগ ৰাইজৰ।

জলজীৱন মিছন আঁচনিৰ পানীৰ পাইপ সংযোগ  কৰাৰ নামত ব্যাপক অনিয়মৰ বাবে খাল বিল নদ নদী পুখুৰীৰ পানী সেৱন কৰি ৰেগীয়া হৈছে গাঁওবাসীয়ে। জনস্বাস্হ্য কাৰিকৰী বিভাগক ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অনিয়মৰ বিৰুদ্ধে লিখিত অভিযোগ প্ৰদান কৰে স্থানীয় ৰাইজে৷ শীঘ্ৰেই পানীৰ পাইপসমুহ সংযোগ কৰি পানী পোৱাৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনালে ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.