দিল্লী

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

পাঁচ দিনত চাৰিবাৰ ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে তেল কোম্পানী সমূহে

বৰ্ধিত পেট্ৰ’ল-ডিজেলে বিপাঙত পেলাইছে সাধাৰণ জনতাক। দিনে দিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। পাঁচ দিনত চাৰিবাৰ ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে তেল কোম্পানী সমূহে। পুনৰ পেট্ৰ’ল আৰু ডিজেলত ৮০ পইচা বৃদ্ধি পালে। শনিবাৰৰ পুৱা ৬ বজাৰ পৰা বৃদ্ধি হ’ল এই মূল্য।

 

দিল্লীত শুকুৰবাৰে পেট্ৰ’লৰ মূল্য আছিল ৯৭.৮১ টকা আৰু ৮০ পইচা বৃদ্ধি পোৱাৰ পিছত আজিৰে পৰা পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ’লগৈ ৯৮.৬১টকা। আনহাতে, ডিজেলৰ মূল্য পূৰ্বে আছিল ৮৯.০৭ টকা আৰু এতিয়া ইয়াৰ মূল্য ৮৯.৮৭ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.