অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীৰ শিশু নিৰ্যাতন! বুধবাৰে আদালতত হাজিৰ কৰা হ’ব সংগীতা দত্তক

বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক।

দ্বিতীয়বাৰৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল সংগীতা দত্ত।

আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত হাজিৰ কৰা হ’ব আদালতত।

উল্লেখ্য যে সোমবাৰে ডাঃ ৱালিউল ইছলামক আদালতত হাজিৰ কৰোৱা হৈছিল।

আদালতৰ ৰায়দানত ৱালিউল ইছলামসহ দুগৰাকী বন কৰা মহিলাক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে চিকিৎসক দম্পত্তিৰ শিশু নিৰ্যাতন কাণ্ডত দুই আশা কৰ্মী আৰু আন এগৰাকী মহিলাও জড়িত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.