Educationআন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জন

কিতাপ পঢ়িলেই ওলাই আহিব পাৰি কাৰাগাৰৰ পৰা। কিন্তু ক’ত আছে এই কাৰাগাৰ?

এই কাৰ্যসূচীৰ নাম দিয়া হৈছে বুকছ বিহাইণ্ড বাৰচ

কিতাপ পঢ়িলেই ওলাই আহিব পাৰি কাৰাগাৰৰ পৰা। কিন্তু ক’ত আছে এই কাৰাগাৰ?

এইয়া চলি আছে বলিভিয়াৰ ৪৫ খন কাৰাগাৰত। এই কাৰ্যসূচীৰ নাম দিয়া হৈছে বুকছ বিহাইণ্ড বাৰচ। বন্দীসকলৰ বাবে প্ৰতিখন কাৰাগাৰত এটা পুথিভঁৰালৰ নিৰ্মাণ কৰা হৈছে। মুঠ ৮৬৫ জন বন্দীক বৰ্তমান কিতাপ পঢ়িবলৈ উৎসাহিত কৰা হৈছে।

বলিভিয়াৰ কাৰাগাৰত আজিকালি বন্দীসকলৰ হাতে হাতে কিতাপ দেখিবলৈ পোৱা যায়। প্ৰতিখন কিতাপ পঢ়াৰ পিছত, এটা পৰীক্ষা হয়। আৰু প্ৰতিতো পৰীক্ষাৰ পাছত ফলালফলৰ ওপৰত মুক্তি পোৱা প্ৰক্ৰিয়া দ্ৰুত ৰূপ লয়।

অৱশ্যে কাৰাগাৰৰ বেছিভাগ বন্দীয়ে খুব শিক্ষিত নহয়। গতিকে তেওঁলোকৰ বাবে কিতাপ পঢ়াটো কঠিন কাম হৈ পাৰে।
দৰাচলতে বলিভিয়াই কাৰাগাৰত এই কাৰ্যসূচী আৰম্ভ কৰিব লগা হৈছিল কিয়নো তেওঁলোকে কাৰাগাৰত প্ৰয়োজনতকৈ অধিক বন্দী হ্ৰাস কৰিব বিচাৰে আৰু তেওঁলোকে লগতে বিচাৰে যে বন্দীসকলে কাৰাগাৰৰ বাহিৰলৈ গৈ ভাল আচৰণ কৰক। বলিভিয়াত কোনো বন্দীক আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিয়া নহয়।

দৰাচলতে বলিভিয়াই এই পদক্ষেপ লোৱাৰ আৰৰ কাৰণটো হ’ল তেওঁলোকে কাৰাগাৰত প্ৰয়োজনতকৈ অধিক বন্দী আছে। সেয়ে ইয়াক হ্ৰাস কৰিবলৈ এই ব্যৱস্থা লৈছে বলিভিয়াই।

উল্লেখ্য যে, বলিভিয়াৰ কাৰাগাৰত কোনো বন্দীক আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিয়া নহয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.