অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দেশত অব্যাহত ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ

বিগত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমিত ৫,৩৫৭গৰাকী।

দেশত অব্যাহত আছে ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ।

বিগত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমিত ৫,৩৫৭গৰাকী।

যোৱা ২৪ ঘণ্টাত পুনৰ ১১গৰাকী ক’ৰোনা আক্ৰান্তৰ মৃত্যু।

শনিবাৰেও দেশজুৰি নতুনকৈ আক্ৰান্ত হৈছিল ৬,১৫৫গৰাকী।

অৱশ্যে বিশ্বৰ অন্য প্ৰান্তৰ তুলনাত ভাৰতত সংক্ৰমণ সীমিত।

দেশত ক’ৰোনা সংক্ৰমিত শীৰ্ষ ৫ ৰাজ্যৰ শীৰ্ষত আছে কেৰালা।

কেৰালাত অসুস্থ, গৰ্ভৱতী আৰু বয়োজ্যেষ্ঠৰ বাবে বাধ্যতামূলক মাস্ক।

সংক্ৰমিত ৩৮.২% ৰোগীৰ দেহত ধৰা পৰিছে XBB.1.16 অমিক্ৰন ভেৰিয়েণ্ট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.