অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজস্থানত ৪৬খন আসনৰ ফলাফল ঘোষণা, ২৬খনত জয়লাভ বিজেপিৰ….

ৰাজস্থানত ৪৬খন আসনৰ ফলাফল ঘোষণা

২৬খনত জয়লাভ বিজেপিৰ

আগবাঢ়ি আছে অন্য ৮৮খন আসনত

ৰাজস্থানত ১৭খন আসনত জয়লাভ কংগ্ৰেছৰ

আগবাঢ়ি আছে আন ৫৩ আসনত

অন্যান্যই ৩খন আসন জয়লাভ কৰিছে

আন ১২খন আসনত আগবাঢ়ি আছে

মধ্যপ্ৰদেশত এইপৰ্যন্ত ১৬খন আসনৰ ফলাফল ঘোষণা

ইয়াৰে ১২খনত জয়লাভ বিজেপি প্ৰাৰ্থীৰ

১৫৫খনত আগবাঢ়ি আছে বিজেপি

কংগ্ৰেছ দলে লাভ কৰিছে ৩খন আসন

৫৯খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ

অন্যান্যই জিকিছে ১খন আসন

তেলেংগানাত ১৬খন আসনৰ ফলাফল ঘোষণা

১০খনত জয়লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে

BRSৰ দখলত ৬খন আসন

কংগ্ৰেছ আগবাঢ়ি আছে অন্য ৫৩খন আসনত

BRS আগবাঢ়ি আছে অন্য ৩৪খন আসনত

তেলেংগানাত ৯খন আসনত আগবাঢ়ি আছে বিজেপি

ছত্তীশগড়ত ৫৬খন আসনত আগবাঢ়ি আছে বিজেপি

৩২খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ

অন্যান্যই আগবাঢ়ি আছে দুখন আসনত

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button