AssamCity newsnationalঅসমগুৱাহাটীদৈনিক বাতৰিপ্ৰদূষণবতৰভাৰতৰাজনৈতিক

বিপদজনক অৱস্থাত গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা, দেশৰ ভিতৰতে দ্বিতীয় প্ৰদূষিত চহৰ গুৱাহাটী……

গুৱাহাটী মহানগৰবাসীৰ বাবে উদ্বেগজনক খবৰ

দিল্লীতকৈও অধিক প্ৰদূষিত চহৰলৈ পৰিণত গুৱাহাটী

বিশ্বৰ ভিতৰতে প্ৰদূষিত দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

ভাৰতৰ প্ৰদূষিত চহৰৰ শীৰ্ষত আছে বিহাৰৰ বেগুচৰাই

দেশৰ ভিতৰতে দ্বিতীয় প্ৰদূষিত চহৰ গুৱাহাটী

দেশৰ তৃতীয় প্ৰদূষিত চহৰহে দিল্লী

বিশ্বৰ ৫০খন চহৰৰ ভিতৰত ৪২খনেই ভাৰতৰ

IQAirএ বিশ্বৰ ১৩৪খন দেশত চলোৱা চাৰ্ভেত এই তথ্য

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.