Socialভ্ৰমণৰাজনৈতিক

ৰজাঘৰীয়া আহিব, সেয়ে প্ৰজাক ৰাস্তাত ওলাব নিদিয়ে চৰকাৰে!

কেন্দ্ৰীয় মন্ত্ৰীৰ যাত্ৰাত বেমেজালি নহ'বৰ বাবে এনে পদক্ষেপ

ৰজাঘৰীয়া আহিব, সেয়ে প্ৰজাক ৰাস্তাত ওলাব নিদিয়ে চৰকাৰে!

শনিবাৰে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত দুদিনীয়া ভ্ৰমণসূচীৰে আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। সেয়ে সাধাৰণ জনতাক ৰাজপথত ওলোৱাত নিষেধাজ্ঞা মেঘালয় চৰকাৰৰ।

ৰাজ্যখনৰ আৰক্ষী বিভাগৰ ফালৰ পৰা এক জাননি যোগে সদৰি কৰা হৈছে যে, যি পথেৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰিব সেই পথত সেই সময়ত ন’ এণ্ট্ৰী থাকিব সাধাৰণ জনতাৰ বাবে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যাত্ৰাত যাতে কোনো ধৰণৰ বাধা বা বেমেজালি নাহে তাৰ বাবেই এনে পদক্ষেপ লৈছে আৰক্ষী প্ৰসাসনৰ ফালৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.