Socialঅসমআন্তঃৰাষ্ট্ৰীয়

গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?

প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল

গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?

প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল। কমনৱেলথ গেমছৰ অভিজ্ঞতা প্ৰকাশ হিমা দাসৰ।

আঘাট, কভিদৰ ভয়াবহ পৰিবেশৰ দুটা বছৰৰ পিছত খেলিছে হিমা দাসে৷ কমনৱেলথত ফাইনেল পাবলৈ সক্ষম নহ’ল যদিও অভিজ্ঞতা বহুত হ’ল হিমাৰ। ৰিলেত ৫ নম্বৰ স্থানত আছিল হিমাৰ দল। হিমাৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ৷ হিমাৰ বাবে জিলা ভিত্তিক খেলখনো অলিম্পিকৰ দৰেই গুৰুত্বপূৰ্ণ৷

২০১৮ চনৰ পিছত ভাল খেল খেলিব নোৱাৰাৰ বাবে সমালোচনাৰে থকা সৰকা হৈছিল হিমা দাস। এই সমালোচনাৰ প্ৰত্যুত্তৰ হিমাৰ। হিমাৰ মন্তব্য মই কেতিয়াও শেষ হৈ নাজাও: হিমা দাস, মই দুৰ্বল নহয়:হিমা দাস…

এতিয়া কেইদিনমানৰ বাবে পৰিয়ালৰ সৈতে সময় কটাব অৰ্জুন হিমা দাসে। তাৰ পাছত পুনৰ অনুশীলনত ব্যস্ত হৈ পৰিব ধিং এক্সপ্ৰেছ হিমা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.