আন্তঃৰাষ্ট্ৰীয়বোলছবিমনোৰঞ্জন

জাপান উজলিল অসম সন্তান গুঞ্জন কাশ্যপৰ চুটি ছবি ‘জাবৰ’

Toyo University Short Film Festival লৈ নিৰ্বাচিত 'জাবৰ'

অসমবাসীৰ বাবে সুখবৰ। পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান। জাপানৰ Toyo University Short Film Festival লৈ নিৰ্বাচিত অসম সন্তান গুঞ্জন কাশ্যপৰ চুটি ছবি ‘জাবৰ’। বিশ্বৰ ২০০০খন ছবিৰ ভিতৰত শীৰ্ষ দহত স্থান লাভ কৰিছে ছবিখনে। Toyo University Short Film Festivalত নিৰ্বাচিত হোৱা ‘জাবৰ’ ছবিখনৰ কাহিনী, পৰিচালনা, চিনেমেট’গ্ৰাফী গুঞ্জন কাশ্যপৰ। ছবিখনৰ প্ৰযোজনা কৰিছে গুঞ্জন কাশ্যপ আৰু মানস শালৈয়ে। ছবিখনত অভিনয় কৰিছে জিণ্টু মণি কলিতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.