খেলভাৰতমনোৰঞ্জন

পাকিস্তানৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতীয় দলৰ

১৯৯২ চনৰ পাছত পাকিস্তানৰ হাতত প্ৰথম পৰাজয় ভাৰতৰ

পাকিস্তানৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতীয় দলৰ। বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ হাতত প্ৰথমবীৰৰ বাবে পৰাজয় হ’ল ভাৰত। ১৭ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম বাবৰ আজম বাহিনীৰ।
১৯৯২ চনৰ পাছত এয়া পাকিস্তানৰ হাতত প্ৰথম পৰাজয় ভাৰতৰ।
৭ উইকেট হেৰুৱাই ১৫১ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। ভাৰতৰ বিৰুদ্ধে ১০ উইকেটত জয়ী চিৰবৈৰী পাকিস্তান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.