Assamleatest updateSports

বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয়যাত্ৰা অব্যাহত

একেৰাহে ৯খন মেচত জয়লাভ মেন ইন ব্লুৰ

বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয়যাত্ৰা অব্যাহত

একেৰাহে ৯খন মেচত জয়লাভ মেন ইন ব্লুৰ

নেদাৰলেণ্ডছক ১৬০ ৰানত পৰাস্ত ৰোহিত বাহিনীৰ

নেদাৰলেণ্ডছক ভাৰতে বান্ধি দিছিল ৪১১ ৰানৰ লক্ষ্য

প্ৰত্যুত্তৰত ২৫০ ৰানতে ইনিংছ সামৰিলে নেদাৰলেণ্ডছে

নেদাৰলেণ্ডৰ হৈ নিদামানুৰুৱে কৰিলে সৰ্বাধিক ৫৪ ৰান

নেদাৰলেণ্ডছৰ খেলুৱৈক বল দিলে ভাৰতৰ ৯ খেলুৱৈয়ে

দুটাকৈ উইকেট লাভ বুমৰাহ, ছিৰাজ, কুলদ্বীপ, জাদেজাৰ

কোহলি আৰু ৰোহিত শৰ্মাই লাভ কৰিলে এটাকৈ উইকেট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.