Asian gamesAssamleatest updateSports

এছিয়ান গেমছত ভাৰতৰ চমকপ্ৰদ আৰম্ভণি…

সোমবাৰে দুটাকৈ স্বৰ্ণ আঁজুৰিলে ভাৰতীয় দলে।

এছিয়ান গেমছত ভাৰতৰ চমকপ্ৰদ আৰম্ভণি

সোমবাৰে দুটাকৈ স্বৰ্ণ আঁজুৰিলে ভাৰতীয় দলে

শ্বুটিঙত ভাৰতৰ ৩জনীয়া দলে আঁজুৰিলে প্ৰথমটো স্বৰ্ণ

ৰুদ্ৰাংক্ষ পাটিল, ঐশ্বৰী প্ৰতাপ সিং, দিব্যাংগ সিঙৰ স্বৰ্ণ জয়

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ জয়

মহিলা ক্ৰিকেট দলে লাভ কৰে স্বৰ্ণ

১৯ ৰানত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণ জয়

ভাৰতীয় দলটোত আছিল অসম কন্যা উমা চেত্ৰী

৪৫ বলত ৪৬ ৰান সংগ্ৰহ কৰে স্মৃতি মান্ধানাই

ভাৰতীয় বলাৰ সাধুৱে লাভ কৰে ৩টা উইকেট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.