অসমঅসম আৰক্ষী

নগাঁৱৰ SP আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বদলি…

মুখ্যমন্ত্ৰীয়ে অধীক্ষকগৰাকীক ততালিকে বদলি কৰাৰ নিৰ্দেশ দিয়ে

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বদলি। মুখ্যমন্ত্ৰীয়ে অধীক্ষকগৰাকীক ততালিকে বদলি কৰাৰ নিৰ্দেশ দিয়ে। SPগৰাকীক আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ।

বুধবাৰে আনন্দ মিশ্ৰই সংবাদমেল সম্বোধন কৰাৰ পিছতেই বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এনকাউণ্টাৰক লৈ এজনীয়া কমিটীৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছিল আনন্দ মিশ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.