Educationঅসমজীৱনশৈলী

‘মহাবিদ্যালয়সমূহত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী’! কি হ’ব পৰবৰ্তী সিদ্ধান্ত?

ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল

◾ ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল
◾ কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত ঘোষণা
◾ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উত্তৰ-পূব শৈক্ষিক সন্মিলন
◾ অহা ২০ আৰু ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন
◾ GMCHৰ প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠান
◾ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
◾ উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
◾ অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকল
◾ উপস্থিত থাকিব উত্তৰ-পূবৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল
◾ নতুন শিক্ষানীতিক বাস্তৱত ৰূপায়ণৰ প্ৰয়াস
◾ ‘মহাবিদ্যালয়সমূহত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী’
◾ ২০২২ চনৰ পৰা পৃথক হ’ব একাদশ-দ্বাদশ শ্ৰেণী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button