Assamassam policeCrimeleatest update

মাতৃৰ সন্মুখতেই ধৰ্ষণ কন্যাক!

শক্তিপীঠ কামাখ্যা ধামত সংঘটিত জঘন্য ঘটনা

শক্তিপীঠ কামাখ্যা ধামত জঘন্য ঘটনা
VIP পাৰ্কিঙৰ সমীপত কিশোৰীক ধৰ্ষণ
মাতৃৰ সন্মুখতেই ধৰ্ষণ ৯ বছৰীয়া কিশোৰীক
লম্পট নয়ন হালৈক গ্ৰেপ্তাৰ আৰক্ষীৰ
কামাখ্যাত ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে আছিল নয়ন

নিশা সুযোগ বুজি লম্পট নয়ন হালৈ নামৰ যুৱক জনে মাতৃৰ সমীপতেই বলাৎকাৰ কৰে কিশোৰীগৰাকীক। ভুক্তভোগী মাতৃ সহায় বিচাৰি এজাহাৰ দাখিল কৰে কামাখ্যা আৰক্ষী চকীত। ইতিমধ্যে কামাখ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট নয়ন হালৈক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.