অভিনয়জীৱনশৈলীবলিউডবোলছবিমনোৰঞ্জন

আজি বলীউডৰ জনপ্ৰীয় অভিনেতা কিং খানৰ জন্মদিন!

দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহা শ্বাহৰুখ খানে এতিয়া সমগ্ৰ বিশ্বতে নিজৰ এটা সুকীয়া পৰিচয় গঢ়িবলে সক্ষম হৈছে।

আজি কিং খানৰ জন্মদিন।


অভিনয় জগতত ভৰি দিয়াৰ পাছৰে পৰাই দৰ্শকৰ মনত এক গভীৰ সাঁচ পেলাই আহিছে বলীউডৰ জনপ্ৰীয় অভিনেতা শ্বাৰুখ খানে। এতিয়া শ্বাৰুখ খান সকলোৰে বাবে কিং খান। মনোমোহা হাঁহি আৰু দুৰ্দান্ত অভিনয়ৰে প্ৰতিগৰাকী চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে কিং খানে৷


বহুসংখ্যক চুপাৰহিট ছবিত কাম কৰি বলীউডৰ ‘বাদশ্বাহ’ হিচাপে খ্যাতি লাভ কৰা অভিনেতাগৰাকীৰ আজি ৫৬ সংখ্যক জন্মদিন৷ আঢ়ৈ দশকৰ কেৰিয়াৰত শ্বাৰুখ খানে প্ৰতিটো চৰিত্ৰকে অতি সৰলতাৰে ৰূপায়ণ কৰি সমগ্ৰ বিশ্বতে অপৰিসীম মৰম আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে৷


দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহা শ্বাহৰুখ খানে এতিয়া সমগ্ৰ বিশ্বতে নিজৰ এটা সুকীয়া পৰিচয় গঢ়িবলে সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.