অসমখেলজীৱনশৈলীমনোৰঞ্জন

অসমৰ মাটিত লাভলীনা! আজি আৰু কাইলৈৰ কি কি কাৰ্যসূচীত ভাগ ল’ব লাভলীনা

বিশেষ কাৰ্যসূচীত ভাগ ল'ব লাভলীনাই

অসমৰ মাটিত লাভলীনা! আজি আৰু কাইলৈৰ কি কি কাৰ্যসূচীত ভাগ ল’ব লাভলীনা…

⬛ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান৷

⬛ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ’ব লাভলীনাক।

⬛ শুকুৰবাৰে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰিব লাভলীনাই।

⬛ আজি সন্ধিয়া ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে সম্বৰ্ধনা জনাব লাভলীনাক। লগতে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু অসম বক্সিং সংস্থাৰ বিষয়াসকলৰ সৈতে এক নৈশ ভোজত অংশ ল’ব লাভলীনাই।

⬛ কাইলৈ পুৱা 9 বজাত পুনৰ দিল্লীলৈ উভতি যাব লাভলীনা।

⬛ লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’ব লাভলীনাই৷

⬛ ১৭ আগষ্টত পুনৰ আহিব অসমলৈ। উপস্থিত হ’ব বৰপথাৰৰ বাসগৃহত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 1 =

Back to top button