অৰ্থনৈতিক

দীপাৱলীৰ পূৰ্বে দেশবাসীলৈ সকাহ, হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য়

আজি মাজনিশাৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন মূল্য সূচী

দেশবাসীলৈ সুখবৰ

হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য

৫ টকাকৈ হ্ৰাস পেট্ৰ’লৰ মূল্য

১০ টকাকৈ হ্ৰাস পাব ডিজেলৰ মূল্য

হ্ৰাস পাব পেট্ৰ’ল-ডিজেলত থকা আবকাৰী শুল্ক মূল্য

আজি মাজনিশাৰ পৰাই কাৰ্যকৰী হ’ব এই নতুন মূল্য সূচী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button