অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

চিঠি বা মেচেজ নহয় এইবাৰ Phone Peৰ জৰিয়তে প্ৰেম কৰি পলুৱাই লৈ গ’ল বোৱাৰীক!

হোজাইত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা... Phone pay যোগে হ'ল true love....

হোজাইত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা।

Phone Pe যোগে হ’ল true love।

ঠিকাদাৰে পলুৱাই নিলে এটি কণমানি সন্তানৰ মাতৃক।

ঘটনাৰ বিৱৰণ অনুসৰি ঈদৰ সময়ত চাবিৰ নামৰ এজন ঠিকাদাৰ Phone Peৰ যোগেদি ইমৰানাক টকা দিছিল স্বামী ফৰিজে।

Phone Pe ৰ যোগেদিয়েই ইমৰানা আৰু চাবিৰৰ মাজত গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক।

প্ৰেমৰ সম্পৰ্ক ইমানেই গাঢ় হ’ল যে গাঁওলৈ আহি ইমৰানাক পলুৱাই লৈ গ’ল ঠিকাদাৰ চাবিৰে।

নিজৰ সন্তানকো লগত লৈ গ’ল ইমাৰানাই।

এতিয়া অসহায় হৈ পৰিছে ফৰিজ। সন্তানৰ শোকত কান্দোনত ভাগি পৰিছে ফৰিজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.