অসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

অলিম্পিকত আজি ৰূপৰ পদকৰ বাবে যুজত নামিব অসম জীয়ৰী লাভলীনা বৰগোহাঁই

আজিৰ মেচত জয়লাভ কৰিলে স্বৰ্ণ জয়ৰ পৰা মাত্ৰ এখোজৰ দূৰত্বত থাকিব লাভলীনা

অলিম্পিকত আজি ৰূপৰ পদকৰ বাবে ৰিঙত যুজত নামিব অসম জীয়ৰী লাভলীনা বৰগোহাঁই। ৱেল্টাৰৱেইট শাখাত লাভলীনাই আজি দিনৰ ১১ বজাত তুৰস্কৰ বিশ্ব চেম্পিয়ন বুছেনাজ চুৰমেনেলীৰ বিৰুদ্ধে ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব।

অলিম্পিকত ব্ৰঞ্জৰ পদক নিশ্চিত হৈ থকা লাভলীনাই আজিৰ মেচত জয়লাভ কৰিলেই ৰূপৰ পদক নিশ্চিত হোৱাৰ লগতে স্বৰ্ণ জয়ৰ পৰা মাত্ৰ এটা খোজৰ দূৰত্বত থাকিব। সমগ্ৰ  অসমবাসীয়ে আজি লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.