Covid-19ভাৰত

২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ২,৬৩,৫৩৩গৰাকী লোক

বিগত ২৪ ঘন্টাত ভাৰতত ২,৬৩,৫৩৩ গৰাকী লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে যদিও পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

ইফালে এটাদিনতে সুস্থ হৈ উঠিছে ৪,২২, ৪৩৬ গৰাকী লোক। তাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৩২৯গৰাকী।

২৪ঘন্টাত মৃত্যুৰ সংখ্যা এতিয়ালৈকে হৈছে সৰ্বাধিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.