leatest updatenationalPMo indiapoliticalSocial

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক সংসদৰ পৰা বৰ্খাস্ত

ধন লৈ প্ৰশ্ন কৰা বিষয়ত এথিক্স কমিটীৰ এই সিদ্ধান্ত...

সংসদৰ পৰা বৰ্খাস্ত সাংসদ মহুৱা মৈত্ৰ

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক বৰ্খাস্ত

ধন লৈ প্ৰশ্ন কৰা বিষয়ত এথিক্স কমিটীৰ সিদ্ধান্ত

সংসদৰ শীতকালীন অধিৱেশন এই সিদ্ধান্ত

বিজেপিৰ সাংসদ নিশীকান্ত ডুবেয়ে আনিছিল অভিযোগ

প্ৰধানমন্ত্ৰী, আদানী সম্পৰ্কত উত্থাপন কৰিছিল প্ৰশ্ন

ব্যৱসায়ীৰ পৰা ধন লৈ সাংসদ প’ৰ্টেলৰ লগ-ইন দিছিল ব্যৱসায়ীক

ডুবাইৰ ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ পৰা গ্ৰহণ কৰিছিল উপহাৰ

এই সন্দৰ্ভত সংসদৰ নৈতিক কমিটীৰ ৰোষত TMCৰ সাংসদগৰাকী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.