অসমসংস্কৃতি

দৰা সাজেৰে কইনাক আনিবলৈ সাজু ৭১ বছৰীয়া ককা

জেতুকাৰ ৰঙেৰে ৰঙীণ হ’ল আইতাৰ দুহাত। বিয়ালৈ বুলি সাজু জয়াপ্ৰভা বৰা আইতা। আজি বহুচৰ্চিত এই বিশেষ বিয়াখন।

দৰা সাজেৰে কইনাক আনিবলৈ সাজু ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালা। বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই আদৰিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা ৬৩ বছৰীয়া জয়া প্ৰভা বৰা আইতাক।

সম্প্ৰতি ককা আইতাৰ বিয়াখনক লৈ দুয়োখন বৃদ্ধা আবাসতে উদুলি মুদুলি পৰিবেশ। বৃদ্ধা আবাসৰ সকলোৰে মনত আনন্দ আৰু ফুৰ্তি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.