অসম

যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

আউনীআটী বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আগবঢ়াব ৫ কোটি টকাৰ অনুদান।

যোৰহাটৰ শ্ৰীশ্ৰীআউনীআটী কলিয়াপানী শাখা সত্ৰ প্ৰাংগণত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

 

সত্ৰত উপস্থিত হৈ শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

এই বিশ্ববিদ্যালয়ত প্ৰদান কৰা সময়োপযোগী শিক্ষাৰে আধ্যাত্মিক আৰু নৈতিকভাৱে শক্তিশালী নাগৰিক গঢ়িবলৈ বিশ্ববিদ্যালয়খন সক্ষম হ’ব বুলি আশাবাদী মুখ্যমন্ত্ৰী।

আউনীআটী বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আগবঢ়াব ৫ কোটি টকাৰ অনুদান।

উল্লেখ্য যে, আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাস্কৰজ্যোতি বৰুৱা আৰু শ্ৰীযুতা ৰেণুপমা ৰাজখোৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.