অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জনতা ভবনত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

জনতা ভবনত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠক

কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

অসমত ২০২৫-২৭ বৰ্ষত হ’ব ৰাষ্ট্ৰীয় গেমছ

ভাৰতীয় অলিম্পিক সন্থালৈ আবেদন চৰকাৰৰ

HSৰ ৬০%ৰ উৰ্ধৰ নম্বৰপ্ৰাপ্ত ছাত্ৰীক স্কুটী দিব চৰকাৰে

অহা বৰ্ষত HSত ৭৫% নম্বৰ পালেহে পাব স্কুটী

অৰুণোদয় আঁচনিত সোমাব ৭ লাখ নতুন হিতাধিকাৰী

নবৱ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব চাইকেল

৩ লাখ ৬৭ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব চাইকেল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.