অসমআঞ্চলিকদৈনিক বাতৰি

দুলীয়াজানত আছুৰ উত্তাল প্ৰতিবাদ, অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছুৰ

দুলীয়াজানত আছুৰ উত্তাল প্ৰতিবাদ, অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছুৰ

দুলীয়াজানত আছুৰ উত্তাল প্ৰতিবাদ। অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আছুৰ। কাৰিকৰী বিভাগৰ লিখিত পৰীক্ষা বাতিলৰ বিৰোধিতা। অইলৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পুত্তলিকা দাহ। অইল কৰ্তৃপক্ষক স্থিতি স্পষ্ট কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলনৰ হুংকাৰ।

অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষই যোৱা ২৮ মাৰ্চত ১৮৭টা কাৰিকৰী পদৰ বাবে এইচ আৰ এ কিউ/আৰ ই চি – ডব্লিউ পি-বি/2023-66 বিজ্ঞাপন যোগে প্ৰকাশ কৰা নিযুক্তি প্রক্রিয়া হঠাৎ বাতিল কৰিছে । পৰীক্ষালৈ মাজত চাৰিটা দিন থকা অৱস্থাত এইদৰে হঠাতে পৰীক্ষা বাতিল কৰাত আছুকে ধৰি বিভিন্ন পক্ষৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.