অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড়ৰ তিনিকোণীয়া গোবিন্দপুৰত অব্যাহত গৰাখহনীয়াৰ কাল ৰূপ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড়ৰ তিনিকোণীয়া, গোবিন্দপুৰত অব্যাহত আছে গৰাখহনীয়াৰ কাল ৰূপ।।

ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নৈৰ খহনীয়াত সৰ্বস্বান্ত নৈ পৰীয়া ৰাইজ।

গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰা নৈপৰীয়াৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।

উল্লেখ্য যে বিগত বৰ্ষত গৰাখহনীয়াই কালৰূপ ধাৰন কৰা সময়তে অৰ্থাৎ ২০২২ চনৰ ১২ জুলাই তাৰিখে উক্ত স্থানত উপস্থিত হৈ অঞ্চলবাসীক খহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু আজিলৈকে খহনীয়া প্ৰতিৰোধৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.