leatest updateঅসমদৈনিক বাতৰিভাৰতস্বাস্থ্য

ধুবুৰীত HIV সংক্ৰমিতৰ ভয়ংকৰ তথ্য।

আক্ৰান্তৰ মাজত আছে ধুবুৰী জিলা কাৰাগাৰৰ কয়দীও

ধুবুৰীত HIV সংক্ৰমিতৰ ভয়ংকৰ তথ্য। জিলাখনত প্ৰায় সহস্ৰাধিক লোক HIVত আক্ৰান্ত হৈছে। আক্ৰান্তৰ মাজত আছে ধুবুৰী জিলা কাৰাগাৰৰ কয়দীও। সম্প্ৰতি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ৭১জনকৈ HIV সংক্ৰমিত লোক চিকিৎসাধীন হৈ আছে।

ইয়াৰে ভিতৰত ২৭ গৰাকী মহিলা আৰু ৭টি সংক্ৰমিত শিশু। যোৱা তিনিমাহত ধুবুৰী জিলাত ৪৪জন HIV সংক্ৰমিতক চিনাক্ত কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button