AssamFestivalleatest updateRegionalSocial

দিপাৱলীৰ পিছত ঘৰৰ পদূলিত লগোৱা কলগছসমূহ ক’ত পেলাব?

দিপাৱলী ক্ষেত্ৰত বিশেষ সিদ্ধান্ত GMCৰ।

মেয়ৰ মৃগেন শৰনীয়া সংবাদমেল
দিপাৱলী ক্ষেত্ৰত বিশেষ সিদ্ধান্ত GMCৰ
দিপাৱলীৰ বাবে গুৱাহাটী লৈ বিক্ৰীৰ বাবে অনা কল গছ স্থানত নিৰ্ধাৰণ কৰা হব
ঘৰৰ পদূলিত লগোৱা কলগছ দিপাৱলীৰ পিছত য’তে ততে পেলাই নিদিবলৈ আহ্বান GMCৰ
ঘৰৰ পদূলিৰ পৰা GMC য়ে সংগ্ৰহ কৰিব কলগছসমূহ
সংগ্ৰহীৰ কলগছসমূহ হাতীৰ খাদ্যৰ বাবে বন বিভাগক দিয়া হ’ব
কলগছ সংগ্ৰহ কৰিব যাব NGOৰ লোকসকল
NGOৰ লোকসকল নগলে দিব পাৰিব অভিযোগ
GMCয়ে দিলে বিশেষ নম্বৰ ৮৮১১০০৭০০
প্ৰতিটো পথ উপপথ স্বচ্ছ দিপাৱলীৰ বাবে স্বচ্ছ কৰি ৰখাৰ আহ্বান
স্বচ্ছ পদূলি কৰি ৰখা পৰিয়ালৈ দিয়া হব বিশেষ প্ৰমাণ পত্ৰ
প্ৰতিখন দোকানত ৰাখিব লাগিব দুটাকৈ ডাষ্টবিন
সেউজীয়া আৰু নীলা দুটা ৰঙৰ ডাষ্টবিন ৰখাটো বাধ্যতামূলক
নিৰ্দেশনা নামানিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.