Internationalঅসমদৈনিক বাতৰিবিশ্ব

গাজাৰ ওপৰত সম্পূৰ্ণ প্ৰভূত্ব স্থাপনৰ দাবী ইজৰাইলৰ, গাজাৰ সংসদ দখল ইজৰাইলী সেনাৰ…

গাজাৰ ওপৰত সম্পূৰ্ণ প্ৰভূত্ব স্থাপনৰ দাবী ইজৰাইলৰ...

গাজাৰ ওপৰত সম্পূৰ্ণ প্ৰভূত্ব স্থাপনৰ দাবী ইজৰাইলৰ

গাজাৰ সংসদ দখল ইজৰাইলী সেনাৰ

ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ এখন বিশেষ ফটো

পেলেষ্টিনীয়ান লেজিচলেটিভ কাউন্সিল ইজৰাইলৰ দখলত

হামাছৰ সংসদভৱন হিচাপে পৰিচিত এই ভৱনটো

ইজৰাইলী সেনাৰ গোলানী ব্ৰিগেডৰ দ্বাৰা দখল ভৱনটো

২০০৭ চনৰ পৰাই এই ভৱনৰ পৰাই আইন প্ৰণয়ন হামাছৰ

ভৱনটোৰ ভিতৰত দেশৰ পতাকা লৈ ইজৰাইলী সেনাৰ ফটো

ইফালে ইজৰাইলী সেনাৰ মুখপাত্ৰই দাবী কৰা মতে, গাজাৰ নিয়ন্ত্ৰণ হেৰুৱাই দক্ষিণৰ দিশত পলায়ন কৰিছে হামাছ সন্ত্ৰাসবাদীসকলে। মুখপাত্ৰজনে সদৰী কৰা মতে, হামাছে খালী কৰা শিবিৰত এতিয়া লুটপাত চলাইছে গাজাৰ সাধাৰণ নাগৰিকে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.