অৰুণাচল প্ৰদেশদুৰ্ঘটনা

অৰুণাচল প্ৰদেশত বায়ু সেনাৰ M-17 হেলিকপ্টাৰত ভয়ংকৰদুৰ্ঘটনা

হেলিকপ্টাৰখনত দুগৰাকী পাইলটসহ তিনি ক্ৰু মেম্বাৰো আছিল

অৰুণাচল প্ৰদেশত আজি এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। বায়ু সেনাৰ M-17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয়।

হেলিকপ্টাৰখনত দুগৰাকী পাইলটসহ তিনি ক্ৰু মেম্বাৰো আছিল। পিছে সৌভাগ্যক্ৰমে প্ৰতিজন লোক সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয়।

জানিব পৰা অনুসৰি, হেলিকপ্টাৰখন বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ পৰি আছিল। আৰু আজি দুগৰাকী পাইলটে হেলিকপ্টাৰখন উৰুৱাবলৈ চেষ্টা কৰাত যান্ত্ৰিক বিজুতীৰ ফলত বিস্ফোৰণ হয়।

ভাৰতীয় বায়ু সেনা বিভাগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰি কৰে। দু্ৰ্ঘটনাৰ পিছতে তদন্তৰ বাবে ঘোষণা কৰিছে বায়ু সেনা বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + twelve =

Back to top button