Assamleatest updateSocial

পুনৰ জনতাৰ মুৰত ৰামটাঙোন! বৃদ্ধি পালে আপুনি খোৱা চাউলমুঠিৰো দাম।

অভাৱনীয় হাৰত দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া সাধাৰণ ৰাইজৰ

আকৌ জনতাক মাধমাৰ ৰাজ্য চৰকাৰৰ

পুনৰ বৃদ্ধি পালে চাউল, দাইল, মিঠাতেলৰ দাম

প্ৰতিকেজি চাউলত বৃদ্ধি পালে ১০ টকাকৈ

প্ৰতিকেজি ৰহৰ দাইলৰ দাম ৪০ টকাকৈ বৃদ্ধি

প্ৰতিকেজি মাটি মাহৰ দাইলৰ দাম ১০ টকাকৈ বৃদ্ধি

প্ৰতিলিটাৰ মিঠাতেলত বৃদ্ধি পালে ৫ টকাকৈ

প্ৰতিকিলো চেনিত বৃদ্ধি পালে ২ টকাকৈ

অভাৱনীয় হাৰত দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া সাধাৰণ ৰাইজৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.