Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বঙাইগাঁৱত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস হত্যাকাণ্ডৰ নতুন মোৰ, পত্নী নিলিমা কচাৰীয়ে চুপাৰি কিলাৰ লগাই হত্যা কৰিছিল স্বামীক……

বঙাইগাঁৱত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস হত্যাকাণ্ডৰ নতুন মোৰ

পত্নী নিলিমা কচাৰীয়ে চুপাৰি কিলাৰ লগাই হত্যা কৰিছিল স্বামীক

৩ লাখ টকাৰ বিনিয়মত চুপাৰি কিলাৰে কৰিছিল হত্যা

হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ জব্দ

বৰ্তমানলৈকে হত্যাকাণ্ডত জড়িত ৬ জনক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ জ্যোতিশ দৈমাৰী, নকুল ইছলাৰী, চাগ্ৰা নাৰ্জাৰী

মনোজ বসুমতাৰী, জুনেল দৈমাৰী, নিলিমা কচাৰীকো গ্ৰেপ্তাৰ

হত্যাকাণ্ডত অভিযুক্ত নিলিমাৰ ভগ্নীকো গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ নিলিমাৰ ভগ্নী বিনীমা কচাৰীক

হত্যাকাণ্ডত ব্যৱহৃত হৈছিল AS-26-7826 নম্বৰৰ বাইক

ডিমাপুৰৰ পৰা ৭.৬৫ পিষ্টল ক্ৰয় কৰি আনিছিল হত্যাকাৰীয়ে

হত্যাকাণ্ড সংঘটিত কৰাৰ আগতে অভিযুক্ত হত্যাকাৰী কেইজনে ২৪ আৰু ২৫ জুন তাৰিখে চিপনচিলা আৰু কাশীদোবা এলেকা পৰিভ্ৰমণ কৰি হত্যাকাণ্ডক বাস্তৱ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.