অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ৰঙালীৰ আনন্দৰ মাজতে দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা

কয়লা পৰিবাহী ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা...

ৰঙালীৰ আনন্দৰ মাজতে দুধনৈত শোকাৱহ দুৰ্ঘটনা

কয়লা পৰিবাহী ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা

থিতাতে নিহত প্ৰতিমা ৰাভা নামৰ এগৰাকী মহিলা

গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ চালকসহ আন দুজন

আহতক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ

দুৰ্ঘটনা সংঘটিত কৰা পলায়ন কয়লা পৰিবাহী ট্ৰাকৰ

চিলুক গাঁও সংযোগী ১৭নং ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনা

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.