অপৰাধঅসমঅসম আৰক্ষী

প্ৰেমেই মাতিলে নেকি কাল? যুৱতীৰে কথা পাতি থাকোতেই চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

যুৱতীৰে কথা পাতি থকা অৱস্থাতে আক্ৰমণ

◾কাছাৰৰ উধাৰবন্দত চাঞ্চল্যকৰ ঘটনা

◾পথৰ কাষতে চোকা অস্ত্ৰৰে যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ

◾আহত যুৱকজনৰ নাম দীপাংকৰ দাস

◾সংকটজনক অৱস্থাত SMCHত চিকিৎসাধীন দীপাংকৰ

◾যুৱতীৰে কথা পাতি থকা অৱস্থাতে আক্ৰমণ

◾আক্ৰমণ কৰিয়েই পলায়ন দুই আক্ৰমণকাৰীৰ

◾প্ৰেমজনিত কাৰণতে আক্ৰমণৰ সন্দেহ আৰক্ষীৰ

◾উধাৰবন্দৰ ময়নাৰবন্দৰত নিশা এই ঘটনা

◾ঘটনা সন্দৰ্ভত উধাৰবন্দ আৰক্ষীৰ তদন্ত আৰম্ভ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button