অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰী

সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰী

মণিপুৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে

সদনৰ পৰা মণিপুৰলৈ আস্থাৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছো

মণিপুৰত আদালতৰ এটা ৰায় আহিছিল

তাৰ সপক্ষে বিপক্ষে সৃষ্টি হোৱা পৰিস্থিতিত হিংসা হ’ল

শীঘ্ৰেই শান্তিৰ সূৰ্যোদয় হ’ব মণিপুৰত

দোষীৰ কঠোৰ শাস্তিৰ বাবে কেন্দ্ৰ-ৰাজ্যই সম্পূৰ্ণ প্ৰয়াস কৰিছে

মই মণিপুৰৰ জনসাধাৰণক আশ্বাস দিছো

এই সদন আপোনালোকৰ সৈতে আছে

মণিপুৰৰ বিকাশত কোনো ক্ৰুটি নাথাকে

সদনত মা ভাৰতীক টুকুৰা-টুকুৰ কৰিছিল কংগ্ৰেছে

ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

‘পূৰ্বোত্তৰৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছে’

৫মাৰ্চ, ১৯৬৬ত মিজোৰামত বায়ুসেনাৰে আক্ৰমণ চলাইছিল

সেই ঘটনাক মিজোৰামবাসীয়ে পাহৰিব পৰা নাই

কেতিয়াও কংগ্ৰেছে সেই সত্যক দাঙি ধৰা নাই

ইন্দিৰা গান্ধীৰ চৰকাৰৰ দিনত সংঘটিত হৈছিল এই ঘটনা

১৯৬২ৰ ৰেডিঅ’ বাৰ্তাই আজিও খেদি ফুৰে পূৰ্বোত্তৰক

চীনৰ আক্ৰমণৰ সময়ত জৱাহাৰলাল নেহৰুৱে কৈছিল

‘মাই হাৰ্ট গ’জ আউট টু দ্যা পিপল অৱ আসাম’

মই পূৰ্বোত্তৰলৈ ৫০ বাৰ গৈছো

৪০০ৰো অধিক বাৰ মোৰ কেবিনেট মন্ত্ৰী গৈছে পূৰ্বোত্তৰলৈ

মোৰ বাবে উত্তৰ-পূৱ কলিজাৰ টুকুৰাৰ দৰে

মণিপুৰৰ সমস্যাক বিভ্ৰান্তিকৰ ধৰণে উপস্থাপন কৰিছে

কংগ্ৰেছৰ ৰাজনীতি পূৰ্বোত্তৰৰ পৰিস্থিতিৰ বাবে দায়ী

দেশৰ ইতিহাসত অগনিত অৱদান মণিপুৰৰ

মণিপুৰত পূৰ্বে উগ্ৰপন্থীৰ নিৰ্দেশত ব্যৱস্থা চলিছিল

কংগ্ৰেছৰ চৰকাৰৰ দিনত মৈৰাঙত বোমাৰে আক্ৰমণ হৈছিল

কংগ্ৰেছৰ সংবেদনশীলতা ‘চিলেকটিভ’

মণিপুৰৰ চৰকাৰে বিগত ৬বছৰে সমাধান সূত্ৰ বিচাৰি আছে

উত্তৰ-পূৱ দক্ষিণ এছিয়াৰ বিকাশৰ সমানে আগবাঢ়িছে

মোৰ চৰকাৰে পূৰ্বোত্তৰ বিকাশক প্ৰাধান্য দিছে

লক্ষাধিক কোটি টকা বিনিয়োগ কৰিছে NDA চৰকাৰে

পূৰ্বোত্তৰৰ বিকাশৰ খতিয়ান প্ৰধানমন্ত্ৰীৰ বক্তব্যত

২০৪৭ত পূৰ্ণ বিকশিত দেশ হ’ব ভাৰত

সংসদৰ সকলো সদস্যক প্ৰধানমন্ত্ৰীৰ আহ্বান

মণিপুৰৰ নাগৰিকক বিশ্বাস দিবলৈ আগবাঢ়ক

ৰাজনীতিক খেল খেলিবলৈ মণিপুৰৰ ভূমিক ব্যৱহাৰ নকৰিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 5 =

Back to top button