অসমদৈনিক বাতৰি

হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক, ট্ৰাকখনৰ পৰা উদ্ধাৰ ৫৭ বস্তা বাৰ্মিজ চুপাৰি

হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক, ট্ৰাকখনৰ পৰা উদ্ধাৰ ৫৭ বস্তা বাৰ্মিজ চুপাৰি

হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক

ট্ৰাকখনৰ পৰা উদ্ধাৰ ৫৭ বস্তা বাৰ্মিজ চুপাৰি

ট্ৰাকৰ গোপন চেম্বাৰত আনিছিল বাৰ্মিজ চুপাৰিখিনি

ট্ৰাকৰ চালক-হেণ্ডিমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

গ্ৰেপ্তাৰ সইফুল উদ্দিন লস্কৰ, মিনাজ উদ্দিন লস্কৰ

বাৰ্মিজ চুপাৰিখিনিৰ বজাৰমূল্য প্ৰায় ১৫ লাখ টকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button