InternationalInternationalleatest updateSocial

ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ৯১ যাত্ৰীৰ; ক’ত সংঘটিত হ’ল এই দুৰ্ঘটনা?

নাওখনত অত্যাধিক লোকৰ ভিৰ হোৱাত দুৰ্ঘটনা হোৱাৰ সন্দেহ

ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ৯১ যাত্ৰীৰ
মহিলা, শিশুসহ ৯১ গৰাকী নাও যাত্ৰীৰ কৰুণ মৃত্যু
এখন মাছধৰা নাৱত কঢ়িয়াই নিয়া হৈছিল প্ৰায় শতাধিক যাত্ৰী
৫ যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ
এটা দ্বীপলৈ গৈ থকা অৱস্থাত এই কৰুণ ঘটনা
নাওখনত অত্যাধিক লোকৰ ভিৰ হোৱাত দুৰ্ঘটনা হোৱাৰ সন্দেহ
পূব আফ্ৰিকাৰ মোজাম্বিক দেশত সংঘটিত এই ঘটনা
ইয়াৰ পূৰ্বে মোজাম্বিকত বৃদ্ধি পাইছিল কলেৰা মহামাৰীৰ প্ৰাৰ্দুভাৱ
কলেৰাত প্ৰায় আক্ৰান্ত হৈছিল ১৫ হাজাৰ লোক
কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৩২ জন লোকৰ নামপুলা দ্বীপত
ইয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ডেলগাডোত বৃদ্ধি পাইছিল জেহাদীৰ আক্ৰমণ
জেহাদী আৰু কলেৰাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল একাংশ লোকে
তাৰ পৰিপ্ৰেক্ষিততে নাওখনত পাৰাপাৰ হৈছিল যাত্ৰী
বহন ক্ষমতা নথকা স্বত্ত্বেও অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল নাওখনত
ফলত নাওখনৰ ইঞ্জিন বিকল হৈ মৃত্যু হয় ৯১ জন লোকৰ
ঘটনাক কেন্দ্ৰ কৰি বিশ্বজুৰি শোকৰ ছাঁ

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.