আন্তঃৰাষ্ট্ৰীয়

অন্ত পৰিল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ?

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ দ্বিতীয়খন আলোচনা বৈঠকৰ সময়তেই এই ক'ৰিডৰ মুকলি কৰাৰ কথা আলোচনা কৰিছিল।

যুদ্ধ বিৰতিৰ ঘোষণা কৰিলে ৰাছিয়াই। ইউক্ৰেইনত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত থকাৰ সময়তে আজি দশম দিনটোত ৰাছিয়াই ঘোষণা কৰিলে অস্থায়ী যু্দ্ধবিৰতিৰ।

 

ইউক্ৰেইনত আৱদ্ধ হৈ থকা লোকসকলক যুদ্ধৰ স্থান এৰি যোৱাৰ অনুমতি দিয়াৰ বাবেই এই যুদ্ধবিৰতি ৰাছিয়াৰ। ৫ মাৰ্চৰ দিনটোত মস্কোৰ সময় অনুসৰি পুৱা ১০ বজাত ৰাছিয়াই ঘোষণা কৰে এই বিৰতিৰ। ইউক্ৰেইনৰ দুখন বিশেষ চহৰ মাৰিউপ’ল আৰু ভলন’ভাখাৰ পৰা নাগৰিকসকলক সুকলমে আঁতৰি যাবৰ বাবে মানৱীয়তাৰ খাতিৰত ইউক্ৰেইনত ৰাছিয়াৰ গ্ৰীণ ক’ৰিডৰ মুকলি।

 

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ দ্বিতীয়খন আলোচনা বৈঠকৰ সময়তেই এই ক’ৰিডৰ মুকলি কৰাৰ কথা আলোচনা কৰিছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.