Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতেই চোৰৰ টিঘিলঘিলনি, মহানগৰীৰ নুনমাটিত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই…..

স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতেই চোৰৰ টিঘিলঘিলনি

মহানগৰীৰ নুনমাটিত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই

নামঘৰ, মছজিদ, ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত

দানপাত্ৰ ভাঙি লুটি নিলে মছজিদৰ নগদ ধন

১নং আনন্দ নগৰৰ ৩টাকৈ নামঘৰত চোৰৰ লুটপাত

লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

এখন গেলামালাৰ দোকানতো চোৰৰ চাফাই

চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী CCTVত

ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.