leatest updateঅসমদৈনিক বাতৰি

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আজি তৃতীয় দিনৰ শুনানি

তৃতীয় দিনাও কলাক্ষেত্ৰত ECৰ ৰাজহুৱা শুনানি

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আজি তৃতীয় দিনৰ শুনানি

তৃতীয় দিনাও কলাক্ষেত্ৰত ECৰ ৰাজহুৱা শুনানি

আজি শুনানিত অংশ ল’ব উজনি অসমৰ ৯খন জিলাই

পুৱা ৯.৩০ বজাৰ পৰা ৯ জিলাৰ ২৮ বিধানসভা সমষ্টিৰ শুনানি

নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব উজনিৰ জিলাৰ প্ৰতিনিধিয়ে

বিভিন্ন দল-সংগঠনৰ মতামত গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে

খচৰাক লৈ আয়োগক দাখিল কৰিব ওজৰ-আপত্তি

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি, লখিমপুৰৰ শুনানি

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত শিৱসাগৰ, যোৰহাট জিলাৰ শুনানি

মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট, মাজুলীৰ শুনানি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.