SocialSocial Networkঅৰ্থনৈতিকপ্ৰযুক্তিবিজ্ঞানবিশ্ব

প্ৰযুক্তি জগতৰ আটাইতকৈ ডাঙৰ লেনদেন! অৱশেষত ৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে!

অৱশেষত ৪৪ বিলিয়ন ডলাৰত টুইটাৰ বিক্ৰী কৰিবলৈ সন্মতি হ'ল টুইটাৰ ব’ৰ্ড। মাস্কে টুইটাৰৰ মালিকীস্বত্ব পোৱাৰ বিষয়টো চূড়ান্ত।

প্ৰযুক্তি জগতৰ আটাইতকৈ ডাঙৰ লেনদেন! মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ সবাতোকৈ ধনী উদ্যোগপতি এল’ন মাস্কে।
অৱশেষত ৪৪ বিলিয়ন ডলাৰত টুইটাৰ বিক্ৰী কৰিবলৈ সন্মতি হ’ল টুইটাৰ ব’ৰ্ড। মাস্কে টুইটাৰৰ মালিকীস্বত্ব পোৱাৰ বিষয়টো চূড়ান্ত।

৪৪ আৰব ডলাৰ টুইটাৰ কিনাৰ চুক্তি এই বছৰতে সম্পূৰ্ণ হ’ব। ডিল ক্ল’জ হ’লেই এলন মাস্কৰ হাতলৈ আহিব টুইটাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ।

এই প্ৰস্তাৱ টুইটাৰে গ্ৰহণ কৰে নে নাই, তাক লৈ ইমান দিনে জল্পনা–কল্পনা আছিল যদিও অৱশেষত সন্মতি প্ৰকাশ কৰিলে টুইটাৰ ব’ৰ্ডে। চৰকাৰীভাৱে টুইটাৰৰ মালিকীস্বত্ব আহিব মাস্কৰ হাতলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.