Assamassam policeCrime

জ্যেষ্ঠ ভাতৃ-বৌয়েকে মিলি কাটিলে কনিষ্ঠ ভাতৃৰ গুপ্তাংগ। ক’ত সংঘটিত হ’ল এই ঘটনা।

অবৈধ সম্পৰ্কক লৈ ভাতৃদ্বয়ৰ মাজত হৈছিল সংঘৰ্ষ....

বজালীত এক শিহৰণকাৰী হত্যাকাণ্ড

পৰকীয়া প্ৰেমৰ বাবে ভাতৃক হত্যা জ্যেষ্ঠ ভাতৃৰ

পৰকীয়া প্ৰেমই কাল হ’ল ধনঞ্জিৎ ৰয়ৰ

জ্যেষ্ঠ ভাতৃ-বৌয়েকে মিলি কাটিলে কনিষ্ঠ ভাতৃৰ গুপ্তাংগ

অবৈধ সম্পৰ্কক লৈ ভাতৃদ্বয়ৰ মাজত হৈছিল সংঘৰ্ষ

বজালীৰ কাটলা পাথাৰত এই ভয়ংকৰ ঘটনা

ঘটনাস্থলীত উপস্থিত ভৱানীপুৰ আৰক্ষী

জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জল ৰয়ৰ পত্নী সৰস্বতী ৰয় লগত কণিষ্ঠ ভাতৃ ধনঞ্জিৎ ৰয়ৰ আছিল দীর্ঘদিনীয়া পৰিকিয়া প্ৰেমৰ সম্পৰ্ক। বুধবাৰে পুৱতি নিশা একেই ঘটনাক কেন্দ্ৰ কৰি সুত্ৰপাত হৈছিল দুই ভাতৃৰ কাজিয়া। আনফালে সংবাদ মাধ্যমৰ আগত পিতৃৰ চাঞ্চল্যকৰ ভাষ্য- ডাঙৰ ৱোৱাৰী আছিল চৰিত্ৰহীনা। জ্যেষ্ঠ পুত্ৰই সঘনাই পিতৃ, মাতৃ, ভাতৃক দিছিল হত্যাৰ ভাবুকি। পুত্ৰ বোৱাৰীৰ বিছাৰিছে কঠোৰ শাস্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.