অসম

কৰ্মদক্ষতাৰে পুনৰ জিলিকিল সুযোগ্য অসম সন্তান তপন কুমাৰ ডেকা, IBৰ সঞ্চালক পদত প্ৰথমজন অসমীয়া…

চাকৰি জীৱনৰ দীৰ্ঘসময় IBতেই কৰ্মৰত আছে ডেকা। নিজৰ কৰ্মদক্ষতাৰ বাবে দীৰ্ঘদিন ধৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ডেকা। অসমৰ DGP পদৰ বাবেও বহুবাৰ চৰ্চালৈ আহিছিল ডেকাৰ নাম। 

Intelligence Bureauৰ সঞ্চালক পদত এজন অসমীয়া। IBৰ নতুন মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিলে IPS বিষয়া তপন কুমাৰ ডেকাই।

 

৩০ জুনত কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত বৰ্তমানৰ সঞ্চালক অৰবিন্দ কুমাৰৰ ঠাই ল’ব ডেকাই। উল্লেখ্য যে, IBৰ সঞ্চালক পদত নিযুক্তি লাভ কৰা ডেকাই হৈছে প্ৰথমগৰাকী অসম সন্তান।

 

উল্লেখ্য যে, হিমাচল কেডাৰৰ IPS বিষয়াগৰাকীৰ দুবছৰৰ নিৰ্দিষ্ট কাৰ্যকাল থাকিব। গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে ডেকাৰ নিযুক্তিত অনুমোদন জনায়। উল্লেখ্য যে, তপন কুমাৰ ডেকা ১৯৮৮ বেটছৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। অহা পহিলা জুলাইত দায়িত্ব গ্ৰহণ কৰিব তপন কুমাৰ ডেকাই। চাকৰি জীৱনৰ দীৰ্ঘসময় IBতেই কৰ্মৰত আছে ডেকা। নিজৰ কৰ্মদক্ষতাৰ বাবে দীৰ্ঘদিন ধৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ডেকা। অসমৰ DGP পদৰ বাবেও বহুবাৰ চৰ্চালৈ আহিছিল ডেকাৰ নাম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.