অপৰাধ

জেলৰ পৰা ওলাইয়ে  পুনৰ বিস্ফোৰণ শ্বেৰমান আলীৰ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ শ্বেৰমানৰ

২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ আহিল শ্বেৰমান আলী।  জেলৰ পৰা ওলাইয়ে  পুনৰ বিস্ফোৰণ শ্বেৰমান আলীৰ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ শ্বেৰমানৰ। শ্বেৰমান আলীয়ে কয় যে, অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ নোহোৱা কৰিছে এইখন চৰকাৰে। নিজৰ পূৰ্বৰ নিজৰ স্থিতিতে অটল বুলি জানিবলৈ দিয়ে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, অক্টোবৰৰ ২ তাৰিখে দিছপুৰৰ বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী। কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.